সহায়: সম্পাদনা পুনৰীক্ষণৰ বাবে নতুন চেকনী

This page is a translated version of the page Help:New filters for edit review and the translation is 93% complete.
PD টোকা: এই পৃষ্ঠা সম্পাদনা কৰাৰ অৰ্থ হ'ল আপুনি আপোনাৰ বৰঙণি CC0ৰ অধীনত প্ৰকাশ কৰিবলৈ সন্মত হৈছে। অধিক তথ্যৰ বাবে ৰাজহুৱা স্বত্বাধিকাৰৰ সহায় পৃষ্ঠা চাওক। PD

সম্পাদনা পুনৰীক্ষণৰ বাবে নতুন ছেকনীয়ে সদ্যহতে Special:RecentChanges আৰু Special:RecentChangesLinked-ত নতুন পৰিস্ৰাৱক, অন্যান্য সঁজুলি আৰু লগতে এটা পৰিস্ৰাৱক ইণ্টাৰফে'চ যোগ কৰে।

এই সঁজুলিবোৰে পুনৰীক্ষকসকলক তেওঁলোকৰ লক্ষ্য ঠিক কৰি পাৰদৰ্শী হ'বলৈ সহায় কৰে। গৱেষণা অনুসৰি সুবিধাজনক সম্পাদনা-পুনৰীক্ষণ প্ৰক্ৰিয়া বিচৰা নতুন অৱদানকাৰীকো সহায় কৰিবলৈ এইবোৰৰ সামৰ্থ আছে।

উন্নত ব্যৱহাৰকাৰী ইণ্টাৰফে'চৰ অংশবোৰৰ বিষয়ে অধিক জানিবলৈ ক্ষিপ্ৰ যাত্ৰাত ভাগ লওক। উচ্চতৰ আহিলাবোৰৰ ব্যৱহাৰ সম্পৰ্কে জানিবলৈ তলত বিৱৰণ কৰা পৃষ্ঠাবোৰ চাওক।

২০১৭ চনৰ মাৰ্চত এই নতুন বৈশিষ্ট্যৰ সূচনা হৈছে। "সম্পাদনা পুনৰীক্ষণৰ বাবে নতুন ছেকনী" বিটা প্ৰথম অৱস্থাত ম'বাইলৰ বাবে উপলব্ধ নহয়।

মূল কামসমূহ

পৰিস্ৰাৱন
কেনেকৈ এই উন্নত পৰিস্ৰাৱক ইণ্টাৰফে'চে কাম কৰে আৰু ইয়াক কেনেকৈ ভালদৰে ব্যৱহাৰ কৰিব পাৰি সেয়া এই পৃষ্ঠাটোত পাব।
উজ্জ্বল কৰা
আপোনাৰ বেছিকৈ আগ্ৰহ থকা সম্পাদনাবোৰ নিজে সলাব পৰা ৰঙৰ সঁজুলিৰে আপুনি উজ্জ্বল কৰি ৰাখিব পাৰে। এই পৃষ্ঠাত বৰ্ণোৱা কাৰ্যাৱলী আৰু কৌশলবোৰে আপোনাৰ শেহতীয়া সালসলনিৰ ফলাফল অধিক অৰ্থবহ কৰি তুলিব।
গুণাগুণ আৰু আগ্ৰহ ছেকনী
"সম্পাদনা পুনৰীক্ষণৰ বাবে নতুন ছেকনী"ত দুটা নতুন ছেকনী গোট আছে—অৱদানৰ মান আৰু সদস্যৰ আগ্ৰহ। মেচিন লাৰ্নিং কৌশলেৰে চালিত এই দুটা গোটৰ কাম বাকী ছেকনীতকৈ বেলেগ। সম্পাদনাবোৰত কিবা সমস্যা আছে নে নাই আৰু সম্পাদকজনে সেয়া ভাল ভাৱত কৰিছেনে এনে কথাবোৰৰ বিষয়ে এই ছেকনীবোৰে সম্ভাৱনা-ভিত্তিক পূৰ্বানুমান আগবঢ়ায়। এই অদ্বিতীয় সঁজুলিবোৰে কেনেকৈ কাম কৰে তাৰ বিষয়ে অলপ জানিলে আপুনি এইবোৰ ভালকৈ ব্যৱহাৰ কৰিব পাৰিব।
বুক্‌মাৰ্ক
আপোনাৰ পছন্দৰ ছেকনীবোৰ সাঁচি থওক আৰু পুনৰ্স্থাপন কৰক। You can also set the default filter.
পোনপটীয়া উন্নীতকৰণ
ছেকনীকৃত ফলাফলবোৰ কিছু সময়ৰ অন্তত উন্নীতকৰণ কৰা হয়।

ফিল্টাৰসমূহ নিষ্ক্ৰিয় কৰা হৈছে

Users who disable JavaScript in their browser, or who disable the filters in their user preferences will see the non-JavaScript interface. RecentChanges or RecentChangesLinked will load without the main functions described above.

আৰু চাওক

প্ৰায়েই সোধা প্ৰশ্নাৱলী
বেছিকৈ সোধা প্ৰশ্নসমূহ।
প্ৰতিক্ৰিয়া পৃষ্ঠা
সক্ৰিয় আলোচনা আৰু সদস্যৰ প্ৰতিক্ৰিয়া।

অন্যান্য সমল