Template:Main page/as
মিডিয়াৱিকি এখন সহযোগিতামূলক আৰু ডকুমেণ্টেচন প্লেটফর্ম যিটো আপোনালৈ এক স্পন্দনশীল সমুদায়ে আনিছে।
মিডিয়াৱিকি চফ্টৱেৰ সহস্ৰাধিক ৱেবচাইট আৰু সহস্ৰাধিক কোম্পানী আৰু সংগঠনে ব্যাবহাৰ কৰে। ই ৱিকিপিডিয়া আৰু এই ৱেবছাইটো পৰিচালনা কৰে। মিডিয়াৱিকিৱে আপোনাক জ্ঞান সংগঠিত কৰি বেলেগৰ লগত বিতৰণ কৰাত সহায় কৰে। ই শক্তিশালী, বহুভাষী, মুক্ত আৰু উন্মুক্ত, পৰিবৰ্দ্ধনশীল, কাষ্ট’মাইজেবল, বিশ্বাযোগ্য, আৰু বিনামূলীয়াকৈ উপলভ্য। মিডিয়াৱিকি আপোনাৰ বাবে সঠিক হয়ে নে নহয় জানক।
মিডিয়াৱিকি চেট-আপ কৰি চলাওক
- মিডিয়াৱিকি ডাউনলোড, স্থাপিত আৰু কনফিগাৰ কৰক।
- এক্সটেনচন দি কাৰ্যকাৰিতা বঢ়াওঁক
- সমস্যা? ত্রুটি আৰু লক্ষণ আৰু FAQ চাওক
- নিজা চার্ভাৰ নাই? হোষ্টিং চার্ভাৰ বিচাৰক
- পেছাদাৰী বিকাশ আৰু সহায় পাওক
- মিডিয়াৱিকি ষ্টেকহোল্ডাৰসকলৰ ব্যৱহাৰকাৰী গোটত যোগদান কৰক
মিডিয়াৱিকি সম্পাদনা আৰু ব্যৱহাৰ কৰক
কোড বিকশিত আৰু সম্প্ৰসাৰণ কৰক
- মিডিয়াৱিকি ডেভেলপাৰ ডকুমেণ্টেছন পঢ়ক
- ৱিকিমিডিয়া ডেভেলপাৰ প'ৰ্টেললৈ যাওক
সাহায্য পাওক আৰু যোগদান কৰক
- মিডিয়াৱিকিৰ কোনো সমস্যাৰ উত্তৰ পোৱা নাই? সহায়ক ডেস্কক শুধক!
- অনুবাদক, ডিজাইনাৰ, ডকুমেন্টেচন লেখক, পৰীক্ষক, টেক এম্বেচাডৰৰ, বিকাশকৰ্তা হিচাপে যোগদান কৰক
- ভুল চফ্টৱেৰৰ অভিযোগ কৰক বা সুবিধাৰ প্রস্তাব কৰক
সংবাদ
- 2025-07-02
MediaWiki 1.44.0 is now available.
MediaWiki 1.42.x versions are now end of life.
- 2025-07-01
Maintenance release: 1.43.3
- 2025-06-30
Security and maintenance release: 1.39.13 / 1.42.7 / 1.43.2 are now available.