Translations:Help:Logging in/8/as

  • আপুনি কোনো পৃষ্ঠাত সালসলনি কৰিলে আন সদস্য‌ই আপোনাৰ সদস্যনামেৰে আপোনাক চিনিব পাৰিব। "নাম" হিচাপে আই পি ঠিকনা অলপ অসুবিধাজনক। আকৌ আপুনি বেলেগ বেলেগ ঠাইৰ (ঘৰ, কাৰ্যালয়, ইণ্টাৰনেট কেফে, আদি) কম্পিউটাৰ ব্যৱহাৰ কৰিলে সকলোৰে আই পি ঠিকনা ভিন্ন হ'ব। একেটা ঠাইতো ইণ্টাৰনেট সংযোগৰ ওপৰত ভিত্তি কৰি আই পি ঠিকনা বেলেগ হ'ব পাৰে। গতিকে পৰিচয়ৰ বাবে সদস্যনাম সুবিধাজনক।