MediaWiki/as

মেডিয়াৱিকি এখন সহযোগিতা আৰু ডকুমেন্টেচন প্লেটফর্ম যিটো আপোনালৈ এক স্পন্দনশীল সমুদায়ে আনিছে।

মেডিয়াৱিকি চফ্টটৱেআৰৰ হেজাৰমান ৱবচাইট আৰু হেজাৰমান কোম্পেনী আৰু সংগঠনে ব্যাবহাৰ কৰে। ই ৱিকিপেডিয়া আৰু এই ৱেবচাইটখনো চলায়। মেডিয়াৱিকি আপোনাক জ্ঞান সংগঠিত কৰি বেলেগৰ লগত বিতৰণ কৰিব দিয়ে। ই শক্তিশালী, বহুভাষী, মুক্ত আৰু খুলা, এক্চটেনচিবল, কাস্টোমাইজাবল, বিশ্বাসনীয়, আৰু বিনা-টকাৰ উপলব্ধ। জানক মেডিয়াৱিকি আপোনাৰ বাবে সঠিক হয়ে নে নহয়

মেডিয়াৱিকি চেট-আপ কৰি চলাওঁক

কোড ডেভেলপ কৰক আৰু বঢ়াওঁক

সাহায্য পাওঁক আৰু যোগদান কৰক

সংবাদ

2020-12-18
Maintenance update MediaWiki 1.31.12 maintenance release is now available.
2020-12-17
Security MediaWiki 1.31.11 and 1.35.1 security releases are now available.
2020-11-30
Maintenance update MediaWiki 1.34.x versions are now end of life.
2020-09-25
Release MediaWiki 1.35.0 is now available.

আৰও সমাচাৰ F icon.svg Twitter logo blue.png